KarbiKarbi Aso

Karbi Anglong (English) [ IPA: [IPA] ASM: কাৰ্বি আংল্ং]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-26
1. Place(Proper Noun-Common &/or Masculine) A district of Assam siruated at North Cachar Hills area. কাৰ্বি আংলং জিলা উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলত অৱস্থিত৷ অসমৰ জিলা সমূহৰ ভিতৰত মাটিকালিৰে ই সৰ্ববৃহৎ৷ জিলাখনৰ পূবে গোলাঘাট জিলা, পশ্চিমে মৰিগাঁও জিলা আৰু মেঘালয়, উত্তৰে নগাঁও আৰু গোলাঘাট জিলাৰ অংশ আৰু দক্ষিণে ডিমা হাছাও জিলা আৰু নাগালেণ্ড৷